প্ৰমোদ বড়োৰ পে’ড, চহী জাল কৰি প্ৰৱঞ্চনাৰ চেষ্টা…

প্ৰমোদ বড়োৰ পে’ড, চহী জাল কৰি প্ৰৱঞ্চনাৰ চেষ্টা…
  • কোকৰাঝাৰত ভয়ংকৰ ঘটনা ।
  • বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ পে'ড আৰু চহী জাল কৰি প্ৰৱঞ্চনাৰ চেষ্টা ।
  • দুষ্টচক্ৰই বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ পে'ড আৰু চহী জাল কৰি বিটিচিৰ প্ৰধান সচিবলৈ প্ৰেৰণ কৰিছে পত্ৰ ।
  • বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ পেড আৰু চহী জাল কৰি পুঁজি মুকলি কৰি দিবলৈ নিৰ্দেশ প্ৰধান সচিবক।
  • বহু ঠিকাদাৰৰ পৰা বৃহৎ পৰিমানৰ ধন লোৱাৰো অভিযোগ দুষ্টচক্ৰটোৰ বিৰুদ্ধে ।
  • বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ অ' এছ ডি সানগ্ৰাং ব্ৰহ্মই সদৰি কৰিলে এই তথ্য ।
  • দুষ্টচক্ৰটোৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত গোচৰ অ' এছ ডি সানগ্ৰাং ব্ৰহ্মৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in