নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে

নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে
  • বুঢ়া আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবী।
  • ৩ গৰাকী মহিলাক বৰ্বৰ নিৰ্যাতন চলোৱা আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰিলেই নহ'ব বুলি মন্তব্য প্ৰমিলাৰাণী ব্ৰহ্মৰ।
  • তৎকালীনভাৱে এই বিষয়াগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই।
  • মহিলা কনিষ্টবলগৰাকীকো গ্ৰেপ্তাৰৰ দাবী তুলিলে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই।
  • সোণোৱাল চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই কয়-
  • 'উলংগ কৰি অত্যাচাৰ কৰিছে তিনি ভগ্নীক।'
  • নৃশংস বৰ্বৰতাৰে আৰক্ষী বিষয়াজনে নিৰ্যাতন চলোৱা বুলিও মন্তব্য কৰিছে প্ৰমিলাৰাণী ব্ৰহ্মই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in