শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে ঢকুৱাখনা ঘিলামৰা ছাত্ৰ সমাজৰ লগতে আছু, আটাছু ঢকুৱাখনা আঞ্চলিক সমিতিৰ তীব্র প্ৰতিবাদ...  •  ট্ৰাকৰ খুন্দাত আহত হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু অভিনেতা অনুপম কৌশিকৰ...  •  ৰহাত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা...  •  বিজেপি চৰকাৰক অসফল আখ্যা দিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰামে...  •  অভয়াপুৰীত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে আছুৱে জ্বলালে মোডী-সোণোৱালৰ প্ৰতিকৃতি... VIDEO  •  লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট...  •  কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ'ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO  •  গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট

নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে

1,088
  • বুঢ়া আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবী।
  • ৩ গৰাকী মহিলাক বৰ্বৰ নিৰ্যাতন চলোৱা আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰিলেই নহ’ব বুলি মন্তব্য প্ৰমিলাৰাণী ব্ৰহ্মৰ।
  • তৎকালীনভাৱে এই বিষয়াগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই।
  • মহিলা কনিষ্টবলগৰাকীকো গ্ৰেপ্তাৰৰ দাবী তুলিলে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই।
  • সোণোৱাল চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই কয়-
  • ‘উলংগ কৰি অত্যাচাৰ কৰিছে তিনি ভগ্নীক।’
  • নৃশংস বৰ্বৰতাৰে আৰক্ষী বিষয়াজনে নিৰ্যাতন চলোৱা বুলিও মন্তব্য কৰিছে প্ৰমিলাৰাণী ব্ৰহ্মই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি