আৰক্ষীৰ জালত বিজেপি নেতা

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মধ্যপ্ৰদেশৰ বিজেপি নেতা তথা মন্দছৌৰ নগৰ নিগমৰ অধ্যক্ষৰ হত্যাকাৰীক গ্ৰেপ্তাৰ।
  • আৰক্ষীৰ জালত মনীষ বৈৰাগী।
  • ৰাজস্থানৰ প্ৰতাপগড়ত ঘৰ মনীষ বৈৰাগীৰ।
  • মনীষ বৈৰাগী এজন বিজেপিৰ কৰ্মকৰ্তা।
  • মনীষে হত্যা কৰাৰ অভিযোগ বিজেপি নেতা প্ৰহ্লাদ বন্ধৱাৰক।
  • ৰাজপথতে গুলীয়াই হত্যা কৰিছিল বিজেপি নেতা গৰাকীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in