শেহতীয়া খবৰ
এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...  •  ওদালগুৰিত বিজেপিৰ বিশাল সাংগঠনিক সভা...  •  নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত শ্বহীদ মুকুন্দ কাকতী, কনকলতা বৰুৱা আৰু সংগীত শিল্পী জয়ন্ত হাজৰিকাক স্মৰণ

ডাউন টাউনৰ আইচিইউত চিকিৎসকৰ নিৰীক্ষণত আছে প্ৰফুল্ল কুমাৰ মহন্ত…

767
  • চিকিৎসকৰ নিৰীক্ষণত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।
  • ডাউন টাউন হাস্পতালৰ আই চি ইউত চিকিৎসাধীন প্ৰফুল্ল কুমাৰ মহন্ত।
  • তেওঁক লগ কৰিবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই কোনো লোকক।
  • মন্ত্ৰী অতুল বৰাই সদৰী কৰে এই কথা।
  • উল্লেখ্য যে, শুকুৰবাৰে নিশা স্নায়ুজনিত ৰোগ আৰু ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈ ডাউন টাউনত ভৰ্তি কৰা হৈছিল তেওঁক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি