ডাউন টাউনৰ আইচিইউত চিকিৎসকৰ নিৰীক্ষণত আছে প্ৰফুল্ল কুমাৰ মহন্ত…

ডাউন টাউনৰ আইচিইউত চিকিৎসকৰ নিৰীক্ষণত আছে প্ৰফুল্ল কুমাৰ মহন্ত…
  • চিকিৎসকৰ নিৰীক্ষণত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।
  • ডাউন টাউন হাস্পতালৰ আই চি ইউত চিকিৎসাধীন প্ৰফুল্ল কুমাৰ মহন্ত।
  • তেওঁক লগ কৰিবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই কোনো লোকক।
  • মন্ত্ৰী অতুল বৰাই সদৰী কৰে এই কথা।
  • উল্লেখ্য যে, শুকুৰবাৰে নিশা স্নায়ুজনিত ৰোগ আৰু ব্ৰেইন ষ্ট্ৰ'কত আক্ৰান্ত হৈ ডাউন টাউনত ভৰ্তি কৰা হৈছিল তেওঁক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in