হৃদৰোগঃ অসুস্থ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফু্ল্ল কুমাৰ মহন্ত…

ফাইল ফটো
ফাইল ফটো
  • অসুস্থ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফু্ল্ল কুমাৰ মহন্ত।
  • প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ভৰ্তি কৰা হৈছে হস্পাতালত।
  • হৃদৰোগত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
  • বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিতসালয়ত ভৰ্তি হৈছে আছে তেওঁ।
  • এতিয়ালৈকে হস্পাতাল কৰ্তৃপক্ষই তেওঁৰ স্বাস্থ্যক লৈ কোনো তথ্য সদৰি কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in