ওদালগুৰিৰ কেন্দ্ৰীয় গান্ধী জয়ন্তী কাৰ্যসূচীত ৰাজ্যপাল আচাৰ্য জগদীশ মুখী…

ওদালগুৰিৰ কেন্দ্ৰীয় গান্ধী জয়ন্তী কাৰ্যসূচীত ৰাজ্যপাল আচাৰ্য জগদীশ মুখী…
  • ওদালগুৰিত অসমৰ ৰাজ্যপাল আচাৰ্য জগদীশ মুখী।
  • ওদালগুৰিৰ কেন্দ্ৰীয় গান্ধী জয়ন্তী কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালগৰাকীৰ।
  • জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত হয় এই গান্ধী জয়ন্তী কাৰ্যসূচী।
  • ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়স্থিত গান্ধী মণ্ডপত অনুস্থিত হয় এই গান্ধী জয়ন্তী।
  • মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে ৰাজ্যপাল মুখীয়ে।
  • ইয়াৰ পাছত ৰাজ্যপালগৰাকীয়ে অংশগ্ৰহণ কৰে ৰাজহুৱা সভাত।
  • সভাত উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৰাজ্যপালগৰাকীয়ে।
  • গন্ধীৰ আদৰ্শৰে সকলোকে আগুৱাই যোৱাৰ আহ্বান ৰাজ্যপাল জগদীশ মুখীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in