শেহতীয়া খবৰ
প্লিজ প্লিজ প্লিজ... এনে নকৰিবাঃ ৰিপুন বৰা... EXCLUSIVE  •  ড্ৰাগছ প্ৰস্তুতকাৰী কাৰখানা উৎখাত, মণিপুৰত ১৬৬ কোটি টকাৰ হেৰইন জব্দ...  •  অনুষ্ঠানৰ মাজতে ভূটানৰ সাংসদক প্ৰধানমন্ত্ৰী মোডীয়ে দিলে ভুকু! চাওক VIDEO  •  অতি সংকটজনক প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ অৱস্থা...  •  মাতৃক লৈ আধুনিক যুগৰ শ্ৰৱণ কুমাৰ উপস্থিত বৰপেটাত, দৰ্শন কৰিলে বৰপেটা সত্ৰ...  •  লামডিঙত পথৰ ওপৰতেই গছ পুলি ৰুই প্ৰতিবাদ সাব্যস্ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ...  •  ৰঙামাটিত ৰাইজে আৱদ্ধ কৰি আৰক্ষীক চমজালে বৃহৎ পৰিমানৰ লালীগুড়...  •  নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস-নৱাগত আদৰণী সভাত ড° বিৰিঞ্চি কুমাৰ দাস...  •  সৰুপথাৰত তিনিশ অগপ-কংগ্ৰেছ নেতা কৰ্মী বিজেপিত যোগদান...  •  শাওন আৰু ভাদৰ সংক্ৰান্তিত হৰি নামৰ অমল ধ্বনিত মুখৰিত বটদ্ৰৱা থান..VIDEO

উচ্চতম ন্যায়ালয়ত ত্ৰিপুৰাৰ মহাৰাজা প্ৰদ্যুৎ মাণেক্য দেৱবাৰ্মাইৰ আবেদনৰ শুনানি

727
  • ত্ৰিপুৰাৰ মহাৰাজা প্ৰদ্যুৎ মাণেক্য দেৱবাৰ্মাই উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি।
  • ত্ৰিপুৰাৰ সংবিধানিক পদবীৰ ব্যক্তিসকলৰ জন্ম তথ্যৰ সবিশেষ পৰীক্ষাৰ বাবে আৱেদন জনাইছিল দেৱবাৰ্মাই।
  • তেনে লোক বাংলাদেশৰ বুলি প্ৰমাণ হ’লে পদবী এৰাৰ নিৰ্দেশ প্ৰদানৰো বাবেও আৱেদন জনাইছিল দেৱবাৰ্মাই।
  • ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকৰ উপাসনা স্থলীসমূহ বাংলাদেশী প্ৰৱজনকাৰীৰ পৰা দখলমুক্ত কৰাৰ বাবেও নিৰ্দেশ বিচাৰিছে তেওঁ।
  • অবৈধ বাংলাদেশীক শৰণাৰ্থীৰ মৰ্যাদা প্ৰদান কৰাৰো পোষকতা কৰা হৈছিল আৱেদনত।
  • মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত গ্ৰহণ কৰা হয় শুনানি।
  • কেন্দ্ৰীয় চৰকাৰ আৰু ত্ৰিপুৰা চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে।
  • চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ কেন্দ্ৰীয় আৰু ত্ৰিপুৰা চৰকাৰক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি