উচ্চতম ন্যায়ালয়ত ত্ৰিপুৰাৰ মহাৰাজা প্ৰদ্যুৎ মাণেক্য দেৱবাৰ্মাইৰ আবেদনৰ শুনানি

উচ্চতম ন্যায়ালয়ত ত্ৰিপুৰাৰ মহাৰাজা প্ৰদ্যুৎ মাণেক্য দেৱবাৰ্মাইৰ আবেদনৰ শুনানি
  • ত্ৰিপুৰাৰ মহাৰাজা প্ৰদ্যুৎ মাণেক্য দেৱবাৰ্মাই উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি।
  • ত্ৰিপুৰাৰ সংবিধানিক পদবীৰ ব্যক্তিসকলৰ জন্ম তথ্যৰ সবিশেষ পৰীক্ষাৰ বাবে আৱেদন জনাইছিল দেৱবাৰ্মাই।
  • তেনে লোক বাংলাদেশৰ বুলি প্ৰমাণ হ'লে পদবী এৰাৰ নিৰ্দেশ প্ৰদানৰো বাবেও আৱেদন জনাইছিল দেৱবাৰ্মাই।
  • ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকৰ উপাসনা স্থলীসমূহ বাংলাদেশী প্ৰৱজনকাৰীৰ পৰা দখলমুক্ত কৰাৰ বাবেও নিৰ্দেশ বিচাৰিছে তেওঁ।
  • অবৈধ বাংলাদেশীক শৰণাৰ্থীৰ মৰ্যাদা প্ৰদান কৰাৰো পোষকতা কৰা হৈছিল আৱেদনত।
  • মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত গ্ৰহণ কৰা হয় শুনানি।
  • কেন্দ্ৰীয় চৰকাৰ আৰু ত্ৰিপুৰা চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে।
  • চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ কেন্দ্ৰীয় আৰু ত্ৰিপুৰা চৰকাৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in