উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে সকলোতে সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰেঃ প্ৰদ্যুৎ বৰদলৈ

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে সকলোতে সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰেঃ প্ৰদ্যুৎ বৰদলৈ
  • যোগী আদিত্যনাথ অসমলৈ অহাক লৈ সৰৱ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত্‍ বৰদলৈ।
  • সংবাদমেলত ক্ষোভ প্ৰকাশ বৰদলৈৰ।
  • 'উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এজন সাম্প্ৰদায়িক ব্যক্তি।'
  • 'তেওঁ সকলোতে সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰে।'
  •  

    'ৰাফেল বিমান ক্ৰয় প্ৰক্ৰিয়াক লৈ যি ক'লে তাত বহু বিষয় আহি পৰিছে।'

  •  

    'বৰ্তমানেও বহু বিষয়ৰ ওপৰত বাদানুবাদ চলি আছে।'

  •  

    'ছুপ্ৰিম ক'ৰ্টক বিপথে পৰিচালিত কৰিছে বিজেপি চৰকাৰখনে'

  •  

    'সমগ্ৰ বিষয়টোৰ ওপৰত চৰকাৰৰ বিপদ দেখি ন্যায়ালয়ত পুনৰ শপতনামা দাখিল।'

  •  

    'মোডীৰ ঘনিষ্ঠ ব্যক্তিক বচাবলৈয়ে মিছাৰ আশ্ৰয় লৈছে চৰকাৰখনে'

  •  

    এনেদৰে সংবাদমেলত মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

  •  

    এই সংবাদমেলত উপস্থিত থাকে আব্দুল খালেক, ববিতা শৰ্মাও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in