শেহতীয়া খবৰ
বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...

শীঘ্রেই গ্রেপ্তাৰৰ সম্ভাৱনা! প্রদীপ দত্ত ৰয়ক ৩ ঘণ্টা জেৰা আৰক্ষীৰ…

  • পোষ্টাৰ কাণ্ডক লৈ BDFৰ মুৰব্বী প্রদীপ দত্ত ৰয়ক আৰক্ষীৰ তলব।
  • শীঘ্রেই গ্রেপ্তাৰৰ সম্ভাৱনা প্রদীপ দত্ত ৰয়ক।
  • কাছাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰয়ক ৩ ঘণ্টা জেৰা।
  • ৰয়ে অসমীয়া পোষ্টাৰ আঁতৰোৱাক লৈ প্রশাসনক দিছিল হুংকাৰ।
  • ৰয়ৰ এই হুংকাৰৰ পাছতে আতৰাই দিয়া হৈছিল পোষ্টাৰ।
  • ইয়াৰ পাছতে সমগ্ৰ অসমত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
  • এই বিষয়ৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰিছিল।
  • আছুয়ে ৰয়ৰ গ্ৰেপ্তাৰৰ দাবীৰে ৰূপায়ন কৰিছিল প্ৰতিবাদী কাৰ্যসূচী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি