মনোনয়ন দাখিলৰ বাবে ৰাওনা প্ৰদীপ দৈমাৰী

মনোনয়ন দাখিলৰ বাবে ৰাওনা প্ৰদীপ দৈমাৰী
  • মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন।
  • সোমবাৰে মনোনয়ণ পত্ৰ দাখিল কৰিব মঙ্গলদৈ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীয়ে।
  • মঙ্গলদৈ সমষ্টি দখল কৰাৰ দাবী ইউপিপিএলৰ।
  • এক লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হমঃ প্ৰদীপ দৈমাৰী।
  • প্ৰথম ইউপিপিএল, দ্বিতীয় বিজেপি আৰু তৃতীয় স্থানত থাকিব কংগ্ৰেছঃ প্ৰদীপ দৈমাৰী।
  • কংগ্ৰেছৰ দৰে বিজেপিয়েও ৰাইজক প্ৰতাৰণা কৰিছেঃ প্ৰদীপ দৈমাৰী।
  • মনোনয়নৰ বাবে পুৱাই এক বিশাল সমদলেৰে মঙ্গলদৈ লৈ যাত্ৰা কৰে প্ৰাৰ্থীজনে।
  • লগত সংগ দিয়ে এবছু, ছনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমৰ নেতৃত্ব‌ই।
  • হাগ্ৰামাক সমালোচনা এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি দ্বীপেন বড়োৰ।
  • হাগ্ৰামা হ'ল প্ৰফেশ্যনেল পলিটিচিয়ান, সুবিধাবাদী চৰিত্ৰৰ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in