মন্ত্ৰী চন্দন ব্ৰহ্ম‌ক লৈ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত বিস্ফোৰক মন্তব্য প্ৰদীপ দৈমাৰী

মন্ত্ৰী চন্দন ব্ৰহ্ম‌ক লৈ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত বিস্ফোৰক মন্তব্য প্ৰদীপ দৈমাৰী
  • ওদালগুৰিত মঙ্গলদৈৰ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰী।
  • মন্ত্ৰী চন্দন ব্ৰহ্মৰ অভিযোগক নস্যাৎ দৈমাৰীৰ।
  • অভিযোগৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত।
  • 'মন্ত্ৰী চন্দন ব্ৰহ্ম‌ই ভুৱা প্ৰচাৰেৰে ভোট আদায়ৰ চেষ্টা চলাইছে।'
  • ম‌ই কোনো ৰাজনৈতিক দলৰ ওচৰত বিক্ৰী নাযাওঃ দৈমাৰী।
  • এবছু-এনডিএফবি(প্ৰ)ই মোক সমৰ্থনহে কৰিছেঃ দৈমাৰী।
  • বৃহস্পতিবাৰে মন্ত্ৰী চন্দন ব্ৰহ্ম‌ই এবছু নেতা প্ৰমোদ বড়োক বেপাৰী আখ্যা দি বিস্ফোৰক অভিযোগ কৰিছিল।
  • অভিযোগৰ পিছতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।
  • চন্দন ব্ৰহ্মই মন্তব্য কৰিছিল- প্ৰমোদ বড়োৱে মঙ্গলদৈ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থীক কংগ্ৰেছ-বিজেপিৰ হাতত বিক্ৰীৰ চেষ্টা চলাইছে।
  • এই অভিযোগৰ পাছতে শুকুৰবাৰে মুখ খুলিলে ইউপিপিএলৰ মঙ্গলদৈ সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ দৈমাৰীয়ে।
  • কেইবা লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হোৱাৰ দাবীও কৰিলে প্ৰদীপ কুমাৰ দৈমাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in