শেহতীয়া খবৰ
বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO  •  শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...

মন্ত্ৰী চন্দন ব্ৰহ্ম‌ক লৈ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত বিস্ফোৰক মন্তব্য প্ৰদীপ দৈমাৰী

239
  • ওদালগুৰিত মঙ্গলদৈৰ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰী।
  • মন্ত্ৰী চন্দন ব্ৰহ্মৰ অভিযোগক নস্যাৎ দৈমাৰীৰ।
  • অভিযোগৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত।
  • ‘মন্ত্ৰী চন্দন ব্ৰহ্ম‌ই ভুৱা প্ৰচাৰেৰে ভোট আদায়ৰ চেষ্টা চলাইছে।’
  • ম‌ই কোনো ৰাজনৈতিক দলৰ ওচৰত বিক্ৰী নাযাওঃ দৈমাৰী।
  • এবছু-এনডিএফবি(প্ৰ)ই মোক সমৰ্থনহে কৰিছেঃ দৈমাৰী।
  • বৃহস্পতিবাৰে মন্ত্ৰী চন্দন ব্ৰহ্ম‌ই এবছু নেতা প্ৰমোদ বড়োক বেপাৰী আখ্যা দি বিস্ফোৰক অভিযোগ কৰিছিল।
  • অভিযোগৰ পিছতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।
  • চন্দন ব্ৰহ্মই মন্তব্য কৰিছিল- প্ৰমোদ বড়োৱে মঙ্গলদৈ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থীক কংগ্ৰেছ-বিজেপিৰ হাতত বিক্ৰীৰ চেষ্টা চলাইছে।
  • এই অভিযোগৰ পাছতে শুকুৰবাৰে মুখ খুলিলে ইউপিপিএলৰ মঙ্গলদৈ সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ দৈমাৰীয়ে।
  • কেইবা লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হোৱাৰ দাবীও কৰিলে প্ৰদীপ কুমাৰ দৈমাৰীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি