প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু…

প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু…
  • বঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ।
  • দিছপুৰ আৰক্ষী থানাত এই গোচৰ ৰুজু প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে।
  • দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে ৰুজু কৰিছে এই গোচৰ।
  • ২৪ ঘণ্টাৰ ভিতৰত প্ৰদীপ দত্ত ৰয়ক আটক কৰাৰ দাবী সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in