শেহতীয়া খবৰ
নেছ'ৰ ১১ ঘন্টীয়া উঃপূঃ বন্ধ সফল কৰিবলৈ বৰাকসহ অসমবাসীক মুকলি আহ্বান আছু আৰু অসম খিলঞ্জীয়া সুৰক্ষা কমিটীৰ  •  নামতিত ঐক্য সেনা অসমৰ উত্তাল প্রতিবাদঃ বিধায়ক প্রদীপ হাজৰিকাক কেবৰ ওপৰত স্থিতি স্পষ্ট কৰাৰ দাবী, VIDEO  •  ১৪ ডিচেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব "ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান" আৰু "শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান"  •  ১৪ ডিচেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব "ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান" আৰু "শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান"  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৮ প্ৰতিবাদকাৰীক এৰি দিলে আৰক্ষীয়ে...  •  ৯ আৰু ১০ ডিচেম্বৰত কোনে কোনে দিছে অসম বন্ধ...  •  ৰাইজে কৈছেঃ কেব নালাগে, নালাগে, নালাগে, নালাগে...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা... VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...

প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু…

146
  • বঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ।
  • দিছপুৰ আৰক্ষী থানাত এই গোচৰ ৰুজু প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে।
  • দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে ৰুজু কৰিছে এই গোচৰ।
  • ২৪ ঘণ্টাৰ ভিতৰত প্ৰদীপ দত্ত ৰয়ক আটক কৰাৰ দাবী সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি