লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন

লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন
  • লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই সোমবাৰে দাখিল কৰিলে মনোনয়ন পত্ৰ।
  • মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীজনৰ সৈতে সংগ দিয়ে কেইবাজনো মন্ত্ৰী-বিধায়কে।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে বহুকেইজন বিধায়ক উপস্থিত থাকে তেওঁৰ সৈতে।
  • ইফালে প্ৰদান বৰুৱাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে বিজেপিৰ বহু কৰ্মী।
  • মনোনয়ন দাখিল কৰিয়ে বিজয় নিশ্চিত বুলি মন্তব্য কৰিলে প্ৰদান বৰুৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in