মহানগৰীৰ চানমাৰিত প্ৰাচী ‘ছুইটছ’ত উত্তপ্ত পৰিস্থিতি

মহানগৰীৰ চানমাৰিত প্ৰাচী ‘ছুইটছ’ত উত্তপ্ত পৰিস্থিতি
  • মহানগৰীৰ চানমাৰিত মিঠাইৰ দোকানত উত্তপ্ত পৰিস্থিতি।
  • 'প্ৰাচী ছুইটছ' নামৰ দোকানখনত ভেজাল মিঠাই বিক্ৰীৰ অভিযোগ গ্ৰাহকৰ।
  • খাদ্য সুৰক্ষা বিভাগক জনালে ক্ষুব্ধ গ্ৰাহকসকলে।
  • দোকানখনৰ স্বত্বাধিকাৰী বিনোদ আগৰৱালাৰ বিৰুদ্ধে কৰ ফাঁকিৰো অভিযোগ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in