শোণিতপুৰত ২৫ ফেব্ৰুৱাৰীলৈ কৰ্তন হ’ব বিজুলী…

শোণিতপুৰত ২৫ ফেব্ৰুৱাৰীলৈ কৰ্তন হ’ব বিজুলী…
  • ২৫ ফেব্ৰুৱাৰীলৈ বিজুলী কৰ্তন হ'ব পাৰে শোণিতপুৰত।
  • ৩৩ হাজাৰ ভল্ট পৰিবাহী বিজুলী সংযোগত সংঘটিত হৈছে বিজুতি।
  • তেজপুৰৰ ডিপোটাস্থিত পাৱাৰ গ্ৰেড ষ্টেচনত সংঘটিত হৈছে এই বিজুতি।
  • বিদ্যুৎ বিভাগৰ ফালৰ পৰা এই বিজুতি মেৰামতিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
  • জানিব পৰা মতে এই বিজুতি মেৰামতিৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব।
  • জিলাখনত ঠায়ে ঠায়ে ২৫ ফেব্ৰুৱাৰী পৰ্যন্ত বিজুলী সংযোগ কৰ্তন হ'ব পাৰে।
  • পুৱা ৬ বজাৰ পৰা ১০ বজালৈ কৰ্তন হ'ব বিজুলীৰ সংযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in