নৱেম্বৰলৈ হ্ৰাস হোৱাৰ সম্ভাবনা কম আলু পিয়াজৰ মূল্যৰ- ফণীভূষন চৌধুৰী

নৱেম্বৰলৈ হ্ৰাস হোৱাৰ সম্ভাবনা কম আলু পিয়াজৰ মূল্যৰ- ফণীভূষন চৌধুৰী

ডিজিটেল ডেস্ক : জনতা ভবনত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফনীভূষন চৌধুৰীৰ সৈতে আলোচনাত মিলিত হৈছিল চেম্বাৰ্ছ অফ কমাৰ্চৰ বিষয়ববীয়া সকল । এই বৈঠকৰ পিছতে মন্ত্ৰী চৌধুৰীয়ে সংবাদ মাধ্যমক আগত মন্তব্য কৰি কয় আলু পিয়াজৰ উৎসতেই আলু পিয়াজৰ দাম বাঢিছে সেইবাবে ইয়াতো দাম বাঢিছে । নবেম্বৰলৈ আশা নাই আলু পিয়াজৰ মুল্য হ্ৰাস হোৱাৰ ।

ইফালে গুৰুত্বপূৰ্ন বৈঠক খন মিঠাতেলৰ দাম ৰাজ্য চৰকাৰৰ যোগান বিভাগে নিৰূপন কৰিব বুলি এক সিদ্ধান্ত লোৱা হয় ।আলু পিয়াজৰ দাম সন্দৰ্ভত বুধবাৰে আন এক আলোচনাত অংশ লব মন্ত্ৰী চৌধুৰীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in