শেহতীয়া খবৰ
ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে...  •  চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...  •  ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন...

বিয়া ঘৰত ৰাইফল লৈ দৰা-কইনাৰ প’জ, দুজনক গ্ৰেপ্তাৰ

1,610
  • নগালেণ্ডৰ বিবাহ অনুষ্ঠানত দৰা-কইনাই হাতত ৰাইফল লৈ ফটো উঠা ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰ নিজাববীয়াকৈ গোচৰ ৰুজু।
  • ডিমাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ লোকক।
  • লোকদুজন জিপিআৰএন আৰু এনএছচিএন (এনকে)ৰে জড়িত বুলি জানিব পৰা গৈছে।
  • গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে আটো চুমী (২৩) আৰু মুঘাহো (২৮)।
  • পৰৱৰ্তী সময়ত আৰক্ষীয়ে দৰা-কইনাকো গ্ৰেপ্তাৰ কৰিছিল যদিও জামিনত মুকলি কৰি দিয়া হয়।
  • ডিফুপাৰ আৰক্ষী থানাত ৰুজু কৰা হৈছিল গোচৰ।
  • বিয়া ঘৰৰ এই আজৱ দৃশ্যৰ আলোকচিত্ৰ ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত।
  • বিভিন্নজনে ব্যক্তি কৰিছিল ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া।
  • তাৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি