বিয়া ঘৰত ৰাইফল লৈ দৰা-কইনাৰ প’জ, দুজনক গ্ৰেপ্তাৰ

বিয়া ঘৰত ৰাইফল লৈ দৰা-কইনাৰ প’জ, দুজনক গ্ৰেপ্তাৰ
  • নগালেণ্ডৰ বিবাহ অনুষ্ঠানত দৰা-কইনাই হাতত ৰাইফল লৈ ফটো উঠা ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰ নিজাববীয়াকৈ গোচৰ ৰুজু।
  • ডিমাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ লোকক।
  • লোকদুজন জিপিআৰএন আৰু এনএছচিএন (এনকে)ৰে জড়িত বুলি জানিব পৰা গৈছে।
  • গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে আটো চুমী (২৩) আৰু মুঘাহো (২৮)।
  • পৰৱৰ্তী সময়ত আৰক্ষীয়ে দৰা-কইনাকো গ্ৰেপ্তাৰ কৰিছিল যদিও জামিনত মুকলি কৰি দিয়া হয়।
  • ডিফুপাৰ আৰক্ষী থানাত ৰুজু কৰা হৈছিল গোচৰ।
  • বিয়া ঘৰৰ এই আজৱ দৃশ্যৰ আলোকচিত্ৰ ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত।
  • বিভিন্নজনে ব্যক্তি কৰিছিল ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া।
  • তাৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in