নগাঁৱৰ ব্যৱসায়ী পৰিতোষ সাহাৰ মৃত্যু…

নগাঁৱৰ ব্যৱসায়ী পৰিতোষ সাহাৰ মৃত্যু…

ডিজিটেল সংবাদ,নগাঁও:নগাওঁ চহৰৰ প্ৰবীণ নাগৰিক তথা ব্যৱসায়ী পৰিতোষ সাহাৰ(৯৫) শণিবাৰে নিশা মৃত্যু হয়।চহৰ খনৰ ৰামকৃষ্ণ পথৰ নিবাসী পৰিতোষ সাহাৰ বাৰ্ধক্য জনিত কাৰণত মৃত্যু হয়।

১৯২৮ চনত ঢাকাত জন্ম গ্ৰহণ কৰা সাহাই পৰবৰ্তী সময়ত নগাঁৱলৈ আহি স্থায়ী ভাবে থাকি বস্ত্ৰ ব্যৱসায়ৰ লগত জৰিত হৈ পৰে।

সাহাৰ মৃত্যুত নগাঁৱত শোকৰ ছা পৰিছে।মৃত্যুৰ সময়ত তেওঁ ছয় পুত্ৰ, দুই জীয়ৰী সহ বহু আত্মীয় ইহ সংসাৰত এৰি থৈ গৈছে‌।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in