শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাসৰ…

915
  • বৃহস্পতিবাৰে পঞ্চভূতত বিলীন হ’ব জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাসৰ নশ্বৰদেহ ।
  • নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ ।
  • চিকিৎসালয়ৰ পৰা গীতানগৰৰ ঘৰলৈ নিয়া হ’ব কণ্ঠশিল্পী গৰাকীৰ নশ্বৰদেহ ।
  • গীতানগৰৰ পৰা নৱগ্ৰহ শ্মশানলৈ লৈ অনা হ’ব কণ্ঠশিল্পী গৰাকীৰ মৃতদেহ ।
  • মৃত্যুৰ আগমুহুৰ্তত কোভিড পৰীক্ষাত কোভিড নিগেটিভ আছিল কণ্ঠশিল্পী গৰাকীৰ ।
  • বুধবাৰে সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী গৰাকীয়ে ।
  • জজ খেলপথাৰত আছুৰ বিহু সন্মিলনত কণ্ঠশিল্পী গৰাকীয়ে সংগীত পৰিবেশন কৰিছিল ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি