নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাসৰ…

ফাইল ফটো
ফাইল ফটো
  • বৃহস্পতিবাৰে পঞ্চভূতত বিলীন হ'ব জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাসৰ নশ্বৰদেহ ।
  • নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ব জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ ।
  • চিকিৎসালয়ৰ পৰা গীতানগৰৰ ঘৰলৈ নিয়া হ'ব কণ্ঠশিল্পী গৰাকীৰ নশ্বৰদেহ ।
  • গীতানগৰৰ পৰা নৱগ্ৰহ শ্মশানলৈ লৈ অনা হ'ব কণ্ঠশিল্পী গৰাকীৰ মৃতদেহ ।
  • মৃত্যুৰ আগমুহুৰ্তত কোভিড পৰীক্ষাত কোভিড নিগেটিভ আছিল কণ্ঠশিল্পী গৰাকীৰ ।
  • বুধবাৰে সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী গৰাকীয়ে ।
  • জজ খেলপথাৰত আছুৰ বিহু সন্মিলনত কণ্ঠশিল্পী গৰাকীয়ে সংগীত পৰিবেশন কৰিছিল ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in