শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

ৰাজ্যৰ ৪ টা ভোটকেন্দ্ৰত পুনৰ হ’ব ভোটগ্ৰহণ

  • ৰাজ্যৰ ৪ টা ভোটকেন্দ্ৰত পুনৰ হ’ব ভোট গ্ৰহণ।
  • ২০ এপ্ৰিল অনুষ্ঠিত হ’ব পুনৰ ভোট গ্ৰহণ।
  • ৰাতাবাৰী, সোনাই আৰু হাফলঙৰ ২ টা কেন্দ্ৰত হ’ব ভোটগ্ৰহণ।
  • ৰাতাবাৰীৰ ১৪৯ নং ইন্দিৰা এম.ভি. স্কুল হ’ব ভোট গ্ৰহণ।
  • সোনাইৰ ১০৯ নং কেন্দ্ৰত হ’ব ভোটগ্ৰহণ।
  • হাফলঙৰ খোঠলিৰ এল.পি. স্কুল আৰু মোৱালদাম এল. পি. স্কুলৰ কেন্দ্ৰত হ’ব ভোটগ্ৰহণ।
  • পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চলিব ভোটগ্ৰহণ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি