ৰাজ্যৰ ৪ টা ভোটকেন্দ্ৰত পুনৰ হ’ব ভোটগ্ৰহণ

ৰাজ্যৰ ৪ টা ভোটকেন্দ্ৰত পুনৰ হ’ব ভোটগ্ৰহণ

  • ৰাজ্যৰ ৪ টা ভোটকেন্দ্ৰত পুনৰ হ'ব ভোট গ্ৰহণ।
  • ২০ এপ্ৰিল অনুষ্ঠিত হ'ব পুনৰ ভোট গ্ৰহণ।
  • ৰাতাবাৰী, সোনাই আৰু হাফলঙৰ ২ টা কেন্দ্ৰত হ'ব ভোটগ্ৰহণ।
  • ৰাতাবাৰীৰ ১৪৯ নং ইন্দিৰা এম.ভি. স্কুল হ'ব ভোট গ্ৰহণ।
  • সোনাইৰ ১০৯ নং কেন্দ্ৰত হ'ব ভোটগ্ৰহণ।
  • হাফলঙৰ খোঠলিৰ এল.পি. স্কুল আৰু মোৱালদাম এল. পি. স্কুলৰ কেন্দ্ৰত হ'ব ভোটগ্ৰহণ।
  • পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চলিব ভোটগ্ৰহণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in