৩ বজালৈকে কলাইগাঁও, মঙ্গলদৈ, ছিপাঋাৰ আৰু দলগাঁৱত ভোটদানৰ হাৰ

৩ বজালৈকে কলাইগাঁও, মঙ্গলদৈ, ছিপাঋাৰ আৰু দলগাঁৱত ভোটদানৰ হাৰ
  • মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দৰংত অব্যাহত ভোটগ্ৰহণ।
  • কলাইগাঁও বিধানসভা সমষ্টিত মুঠ ভোটদান ৬৪ শতাংশ।
  • মঙ্গলদৈ বিধানসভা সমষ্টিত ৬৩.০৯ শতাংশ ভোটদান সম্পন্ন।
  • ছিপাঋাৰ বিধানসভা সমষ্টিত মুঠ ভোটদান ৬১.০৫ শতাংশ।
  • দলগাঁও বিধানসভা সমষ্টিত মুঠ ভোটদান ৬৬ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in