সোনাৰিৰ ভোটগ্ৰহন কেন্দ্ৰত হৃদৰোগত আক্ৰান্ত হৈ বিষয়াৰ মৃত্যু…

সোনাৰিৰ ভোটগ্ৰহন কেন্দ্ৰত হৃদৰোগত আক্ৰান্ত হৈ বিষয়াৰ মৃত্যু…
  • কৰ্তব্যৰত নিৰ্বাচনী বিষয়াৰ মৃত্যু ।
  • হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প'লিং বিষয়া গৰাকীৰ ।
  • বিষয়া গৰাকীৰ নাম তুলসী খনিকৰ ।
  • সোনাৰি সমষ্টিৰ হাজোৱা এল পি স্কুল ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত আছিল বিষয়া গৰাকী ।
  • বিষয়া গৰাকীক লৈ যোৱা হৈছিল হস্পিতাললৈ ।
  • হস্পিতাললৈ লৈ যোৱা পথতেই মৃত্যু হয় বিষয়া গৰাকীৰ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in