কাৰ্বিআংলঙত আৰক্ষীৰ জালত চোৰাং কাঠৰ কুণ্ডাভৰ্তি ৩খন ট্ৰাক

কাৰ্বিআংলঙত আৰক্ষীৰ জালত চোৰাং কাঠৰ কুণ্ডাভৰ্তি ৩খন ট্ৰাক
  • কাৰ্বিআংলঙত বন বিভাগৰ অভিযান।
  • অসম-নাগালেণ্ড সীমান্তত চলোৱা এই অভিযানত কাঠসহ জব্দ ৩খন ট্ৰাক।
  • চোৰাং কাঠৰ কুণ্ডাভৰ্তি আছিল ট্ৰাককেইখন।
  • তিনিওখন ট্ৰাকৰ নাছিল নম্বৰ প্লেট।
  • ধনশিৰিৰ মিচি বাইলামৰ পৰা জব্দ কৰা হৈছে ট্ৰাক ৩খন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in