মধ্যপ্ৰদেশত এখন বাহনসহ জব্দ প্ৰায় ৮৬ লাখ টকা

মধ্যপ্ৰদেশত এখন বাহনসহ জব্দ প্ৰায় ৮৬ লাখ টকা
  • মধ্যপ্ৰদেশত আৰক্ষীৰ অভিযানত এখন বাহনসহ জব্দ প্ৰায় ৮৬ লাখ টকা।
  • ইন্দৰত জব্দ হৈছে টকাখিনি।
  • আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত চলাইছিল অভিযান।
  • আৰক্ষীয়ে টকাসহ গাড়ীখন জব্দ কৰি গতাই দিছে আয়কৰ বিভাগক।
  • আৰক্ষীয়ে ঘটনাক কেন্দ্ৰ কৰি আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in