মানকাচৰৰ নিউ মাৰ্কেটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…

মানকাচৰৰ নিউ মাৰ্কেটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…
  • মানকাচৰৰ নিউ মাৰ্কেটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
  • বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী সহ তিনি ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ
  • ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে জোজ মিয়া (৩৮), ছাইদুৰ ইছলাম (২৭) আৰু ছাইফুল ইছলাম
  • তেওঁলোকৰ পৰা ৭২০ টা এছ পি স্পেন টেবলেট, ১০০ টা নাইট্ৰছাম টেবলেট, এছকাফ কফ স্বীৰাফ ২৮ বটল জব্দ কৰা হৈছে
  • নিচাযুক্ত সামগ্ৰী খিনি বাংলাদেশত সৰবৰাহৰ বাবে অনা হৈছিল
  • আৰক্ষীয়ে গোপন সূত্ৰৰ পাম খেদি নিউ মাৰ্কেটৰ পৰা ড্ৰাগছ ব্যৱসায়ী তিনি জনক গ্ৰেপ্তাৰ কৰি নিচা যুক্ত সামগ্ৰী খিনি জব্দ কৰে
  • আনহাতে মানকাচৰৰ কুচনীমাৰা জোৰডাঙ্গাত মানকাচৰ আৰক্ষীয়ে তীৰ কাউণ্টাৰৰ বিৰুদ্ধে বিয়লিৰ ভাগত দ্বিতীয়টো অভিযান চলায়
  • এই অভিযানত তিনিটা তীৰ কাউন্টাৰৰ গৰাকীক গ্ৰেপ্তাৰ কৰে
  • ধৃত তীৰ কাউণ্টাৰৰ ব্যৱসায়ী কেইটা ক্ৰমে ফিৰোজ মিয়া (২৪) , আলম মিয়া (৪০) আৰু হাচিবুল ইছলাম (৩২) বুলি চিনাক্ত কৰা হৈছে
  • তেওঁলোকৰৰ পৰা তীৰ খেলৰ বহু সামগ্ৰী জব্দ কৰা হৈছে
  • কাইলৈ ধৃত ৬ জনক হাটশিঙিমাৰী জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰা হব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in