মহানগৰীত ৭০ সংগঠনৰ পদযাত্ৰাকাৰীক বাধাৰ নামত ঘূৰাই লৈ ফুৰিছে আৰক্ষীয়ে

মহানগৰীত ৭০ সংগঠনৰ পদযাত্ৰাকাৰীক বাধাৰ নামত ঘূৰাই লৈ ফুৰিছে আৰক্ষীয়ে
  • ৭০ সংগঠনৰ পদযাত্ৰাকাৰীক ঘূৰাই লৈ ফুৰিছে গুৱাহাটীত।
  • আৰক্ষীয়ে যিফালে নিছে সেইফালেই গৈছে পদযাত্ৰাকাৰী।
  • পল্টন বজাৰৰ পৰা ঘূৰাই পঠিয়াইছিল পানবজাৰ দিশে।
  • কটন কলেজৰ সন্মুখত পদযাত্ৰাকাৰীসকল।
  • তাৰ পৰা আহে দিঘলীপুখুৰী পাৰৰ দিশে।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই পদযাত্ৰা ৭০ সংগঠনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in