কোভিড-১৯ঃ সুস্থ হৈ পুনৰ কৰ্তব্য যোগ দিয়া তিনি আৰক্ষী জোৱানক ফুল চটিয়াই আদৰণি… VIDEO

কোভিড-১৯ঃ সুস্থ হৈ পুনৰ কৰ্তব্য যোগ দিয়া তিনি আৰক্ষী জোৱানক ফুল চটিয়াই আদৰণি… VIDEO
  • মুম্বাইৰ জে জে মাৰ্গ আৰক্ষী থানাত তিনিগৰাকী আৰক্ষী জোৱানক জনোৱা হ'ল আদৰণি।
  • আৰক্ষীৰ জোৱান তিনিজন আক্ৰান্ত হৈছিল কোভিড-১৯ত।
  • কোৰোনাত আক্ৰান্ত তিনিওগৰাকী আৰক্ষীৰ লোক সুস্থ হৈ পুনৰ কৰ্তব্যত যোগ দিয়ে।
  • ফুল চটিয়াই আদৰণি জনোৱা হয় আৰক্ষীৰ জোৱান তিনিজনক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in