আৰক্ষী থানাৰ ভিতৰতে আৰক্ষী বিষয়াৰ আত্মহত্যা…

আৰক্ষী থানাৰ ভিতৰতে আৰক্ষী বিষয়াৰ আত্মহত্যা…
  • তিনিচুকীয়া আৰক্ষী থানাত আৰক্ষীৰ বিষয়াৰ আত্মহত্যাৰ চেষ্টা।
  • চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলায়ীই আত্মহত্যাৰ চেষ্টা আৰক্ষী বিষয়াগৰাকীৰ।
  • আৰক্ষী বিষয়াগৰাকীৰ নাম দীন সোণাৱাল।
  • অতি সংকটজনক অৱস্থাত সোণোৱালক হাস্পতালত ভৰ্তি।
  • যান-বাহন বিভাগৰ দায়িত্বত আছিল দীন দাস।
  • শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি তেওঁৰ মৃত্যু হৈছে।
  • কি কাৰণত তেওঁ আত্মহত্যাৰ পথ বাচি ল'লে সেই বিষয়ে এতিয়াও কোনো তথ্য প্ৰকাশ পোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in