শেহতীয়া খবৰ
ধাৰাসাৰ বৃষ্টিপাতঃ গুৱাহাটী মহানগৰ ডুবিল কৃত্ৰিম বানত...  •  নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে চাওঁক আৰক্ষীয়ে মঙলবাৰে কিমান সংগ্ৰহ কৰিলে জৰিমণা…

1,054
  • লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী।
  • গুৱাহাটী মহানগৰীত আৰক্ষীয়ে মঙলবাৰৰ দিনটোত (বিয়লি ৫ বজালৈকে) জব্দ কৰে কেবাখনো বাহন।
  • জব্দ কৰা বাহনকেইখনৰ ভিতৰত ২ চকীয়া বাহন ২৯খন।
  • ৪ চকীয়া বাহন ৩৬ খন।
  • মুঠ ৬৫ জন লোকক আটক কৰা হয়।
  • লকডাউনৰ সময়ত মুঠ ৬জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
  • ৰুজু কৰা হৈছে ৬ টা গোচৰ।
  • মাস্ক নিপিন্ধা লোকৰ পৰা মুঠ ১২০০০ টকা জৰিমণা সংগ্ৰহ কৰা হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি