ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে চাওঁক আৰক্ষীয়ে মঙলবাৰে কিমান সংগ্ৰহ কৰিলে জৰিমণা…

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে চাওঁক আৰক্ষীয়ে মঙলবাৰে কিমান সংগ্ৰহ কৰিলে জৰিমণা…
  • লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী।
  • গুৱাহাটী মহানগৰীত আৰক্ষীয়ে মঙলবাৰৰ দিনটোত (বিয়লি ৫ বজালৈকে) জব্দ কৰে কেবাখনো বাহন।
  • জব্দ কৰা বাহনকেইখনৰ ভিতৰত ২ চকীয়া বাহন ২৯খন।
  • ৪ চকীয়া বাহন ৩৬ খন।
  • মুঠ ৬৫ জন লোকক আটক কৰা হয়।
  • লকডাউনৰ সময়ত মুঠ ৬জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
  • ৰুজু কৰা হৈছে ৬ টা গোচৰ।
  • মাস্ক নিপিন্ধা লোকৰ পৰা মুঠ ১২০০০ টকা জৰিমণা সংগ্ৰহ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in