বিজেপিৰ সাংসদ প্ৰজ্ঞা সিং ঠাকুৰলৈ সন্দেহযুক্ত পত্ৰ প্ৰেৰণৰ অপৰাধত আটক এজন

বিজেপিৰ সাংসদ প্ৰজ্ঞা সিং ঠাকুৰলৈ সন্দেহযুক্ত পত্ৰ প্ৰেৰণৰ অপৰাধত আটক এজন
  • বিজেপিৰ সাংসদ প্ৰজ্ঞা সিং ঠাকুৰলৈ সন্দেহযুক্ত পত্ৰ প্ৰেৰণৰ অপৰাধত আটক এজন লোকক।
  • মহাৰাষ্ট্ৰৰ নানদেদৰ পৰা মধ্যপ্ৰদেশ আৰক্ষীয়ে আটক কৰে লোকজনক।
  • কিছুদিন পূৰ্বে লোকজনে বিজেপিৰ সাংসদগৰাকীলৈ প্ৰেৰণ কৰিছিল এখন পত্ৰ।
  • পত্ৰখনত বহু আপত্তিজনক বিষয় উল্লেখ থকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।
  • আটক কৰা লোকজনক ইতিমধ্যে মহাৰাষ্ট্ৰৰ পৰা লৈ অনা হৈছে।
  • লোকজনক সোধা পোছা অব্যাহত ৰাখিছে মধ্য প্ৰদেশ আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in