স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মহানগৰীত কটকটীয়া ব্যৱস্থা

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যজুৰি কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। মহানগৰীতো মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিছে।

মহানগৰখনৰ বিভিন্ন প্ৰান্তত তালাচী চলাইছে আৰক্ষীয়ে। বিশেষকৈ খানাপাৰা আৰু জালুকবাৰীত আৰক্ষীয়ে দিনে-নিশাই মহানগৰত প্ৰৱেশ কৰা যান-বাহনৰ ওপৰত চকু ৰাখিছে।

আৰক্ষীয়ে এই সূত্ৰে জানিবলৈ দিয়া মতে, কুটাঘাত প্ৰতিৰোধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু মহানগৰ আৰক্ষী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in