শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

এতিয়াও গাত কথা লগা নাই এচামৰ, আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান, VIDEO

514

ডিজিটেল ডেস্কঃ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পোৱাৰ পিছতো একাংশ লোকৰ যেন গাত কথা লগা নাই। অপ্ৰয়োজনীয়ভাৱে ৰাজপথলৈ ওলাই অহা এই লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে মহানগৰীত চলাইছে কঠোৰ অভিযান।

Asomiya Pratidin ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಬುಧವಾರ, ಏಪ್ರಿಲ್ 1, 2020

ছয়মাইলৰ উৰণীয়া সেতুৰ তলত আৰক্ষীয়ে অভিযান চলাই তেনে কেবাজনো লোকক আটক কৰে। জব্দ কৰে কেবাখনো বাইক-স্কুটি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি