শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

যুৱকক আক্ৰমণ কৰি আৰক্ষীৰ জালত বিএছএফৰ কৰ্ণেলৰ পুত্ৰ

194
  • এইবাৰ যুৱকক প্ৰহাৰৰ অভিযোগত আটক বিএছএফৰ কৰ্ণেলৰ পুত্ৰ।
  • দিছপুৰ আক্ষীয়ে আটক কৰা লোকজনৰ নাম সিদ্ধান্ত সিং।
  • পাৰ্থসাৰথি দে নামৰ এজন যুৱকক আক্ৰমণ কৰাৰ অভিযোগ।
  • চেন্ট্ৰেল মলত আক্ৰমণ কৰিছিল যুৱকজনক।
  • বান্ধৱীৰ সৈতে পাৰ্টি কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ।
  • ইফালে সিদ্ধান্ত নামৰ লোকজনে প্ৰহাৰ কৰাৰ বাবে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
    হাস্পতালতত চিকিৎসাধীন যুৱকজন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি