আৰক্ষীৰ জালত জে ই এমৰ সন্ত্ৰাসবাদী

আৰক্ষীৰ জালত জে ই এমৰ সন্ত্ৰাসবাদী
  • দিল্লী আৰক্ষীৰ জালত সন্ত্ৰাসবাদী।
  • সন্ত্ৰাসবাদীটো জে ই এমৰ বুলি জানিব পৰা গৈছে।
  • সন্ত্ৰাসবাদীটোৰ নাম হৈছে বাছিৰ আহমেদ।
  • জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা গ্ৰেপ্তাৰ সন্ত্ৰাসবাদীটোক।
  • ইফালে সন্ত্ৰাসবাদীটো গ্ৰেপ্তাৰ কৰিবৰ বাবে আৰক্ষীয়ে ঘোষণা কৰিছিল ২ লাখ টকাৰ পুৰস্কাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in