অন্ধ্ৰপ্ৰদেশত চৰকাৰী তথ্য চুৰি কৰি আৰক্ষীৰ জালত ৩জন…

অন্ধ্ৰপ্ৰদেশত চৰকাৰী তথ্য চুৰি কৰি আৰক্ষীৰ জালত ৩জন…
  • অন্ধ্ৰপ্ৰদেশত ৩জন যুৱকক গ্ৰেপ্তাৰ।
  • চৰকাৰী তথ্যপাতি চুৰি কৰিছিল যুৱক কেইজনে।
  • দুৰ্নীতিপৰায়ন চৰকাৰী কৰ্মচাৰীৰ তথ্য চুৰি কৰি ব্লেকমেইল কৰি ধন দাবী কৰিছিল যুৱক কেইজনে।
  • বৰ্তমান আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে যুৱক কেইজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in