কোভিড ৰোগীক ধন দাবী কৰা স্বাস্থ্যকৰ্মীক গ্ৰেপ্তাৰ…

কোভিড ৰোগীক ধন দাবী কৰা স্বাস্থ্যকৰ্মীক গ্ৰেপ্তাৰ…
  • কোভিড আক্রান্তক ধন দাবী কৰা স্বাস্থ্যকৰ্মীক গ্রেপ্তাৰ।
  • কপিল বৰগোহাঁই নামৰ স্বাস্থ্যকৰ্মী জনক গ্রেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে।
  • প্রবীণ ৰাজবংশী নামৰ এজন কোভিড ৰোগীৰ পৰা কৰিছিল ধন দাবী স্বাস্থ্যকৰ্মীজনে।
  • সৰুসজাই কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে প্ৰবীণ ৰাজবংশী।
  • 'যদি ঘৰত হোম কোৱাৰেণ্টাইনৰ পোষ্টাৰ লগাব নালেগে দিব লাগিব ধন'- বুলি ৰোগীগৰাকীক কৈছিল স্বাস্থ্যকৰ্মী বৰগোঁহাইয়ে।
  • ম'বাইল ফোনযোগে এনেদৰে ধন দাবী কৰিছিল কপিল বৰগোহাঁয়ে।
  • দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ অন্তত গ্রেপ্তাৰ কৰা হয় স্বাস্থ্যকৰ্মীগৰাকীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in