বিধানসভা নিৰ্বাচনঃ অসম-মেঘালয় সীমান্তৱৰ্তী মিৰজুমলাত আৰক্ষীৰ অভিযান…

বিধানসভা নিৰ্বাচনঃ অসম-মেঘালয় সীমান্তৱৰ্তী মিৰজুমলাত আৰক্ষীৰ অভিযান…
  • বিধানসভাৰ নিৰ্বাচনক লৈ মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী মিৰজুমলাত জিলা প্ৰশাসন আৰু আৰক্ষীৰ অভিযান।
  • এই অভিযানত নগদ ৬ লাখ টকা জব্দ কৰে আৰক্ষী-জিলা প্ৰশাসনে।
  • তিনিজন লোকৰ পৰা জব্দ কৰা হৈছে টকা খিনি।
  • নিৰ্বাচনী বিধি বলবৎ হোৱাৰ পাছত ৫০ হাজাৰতকৈ অধিক টকা ল'ব নোৱাৰে কোনো লোকে।
  • কিন্তু শ্বৰিফ মিয়া, মবিনুৰ ইছলাম আৰু মকিম আক্রম জাবেদ নামৰ ব্যক্তি তিনি জনে একেলগে ৬ লাখ টকা লৈ আহিছিল।
  • ইতিমধ্যে টকা খিনি মানকাচৰ থানাত জমা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in