মহানগৰীত ক্ৰাইম ব্ৰাঞ্চ আৰু এছআইবিৰ অভিযানত গ্ৰেপ্তাৰ এজন

  • মহানগৰীত চোৰাংচিকাৰীৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চ আৰু এছআইবিৰ অভিযান।
  • হাতীগাঁৱত চলিছিল অভিযান।
  • হাতীগাঁৱৰ নাগালেণ্ড গেষ্ট হাউচৰ পৰা এজনক গ্ৰেপ্তাৰ।
  • গ্ৰেপ্তাৰ হোৱা লোকজন ৱাকুপ ওৰফে মাষ্টৰ বুলি জানিবলৈ পোৱা গৈছে।
  • কাজিৰঙাৰ কেইবাটাও গঁড় হত্যাত লোকজন জড়িত থকাৰ অভিযোগ।
  • লোকজনক গ্ৰেপ্তাৰ কৰিয়ে লৈ যোৱা হৈছে কাজিৰঙালৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in