শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

দেশৰ কোভিড পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জৰুৰী বৈঠক…

667
  • শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশৰ কোভিড পৰিস্থিতি সন্দৰ্ভত জৰুৰী বৈঠক ।
  • কিছু সময় পিছতে প্ৰশাসনিক বিষয়াৰ সৈতে বৈঠক মোডীৰ ।
  • ৰাতিপুৱা ১০ বজাত ভিডিঅ’ কনফাৰেণ্সৰ যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠকত বহিব মোডী ।
  • দুপৰীয়া ১২ বজাত অক্সিজেন উৎপাদনকৰী প্ৰতিষ্ঠানৰ সৈতেও বৈঠক প্ৰধানমন্ত্ৰী গৰাকীৰ ।
  • পশ্চিমবংগৰ সকলো কাৰ্যসূচী বাতিল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
  • দেশৰ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি