দেশৰ কোভিড পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জৰুৰী বৈঠক…

দেশৰ কোভিড পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জৰুৰী বৈঠক…
  • শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশৰ কোভিড পৰিস্থিতি সন্দৰ্ভত জৰুৰী বৈঠক ।
  • কিছু সময় পিছতে প্ৰশাসনিক বিষয়াৰ সৈতে বৈঠক মোডীৰ ।
  • ৰাতিপুৱা ১০ বজাত ভিডিঅ' কনফাৰেণ্সৰ যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠকত বহিব মোডী ।
  • দুপৰীয়া ১২ বজাত অক্সিজেন উৎপাদনকৰী প্ৰতিষ্ঠানৰ সৈতেও বৈঠক প্ৰধানমন্ত্ৰী গৰাকীৰ ।
  • পশ্চিমবংগৰ সকলো কাৰ্যসূচী বাতিল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
  • দেশৰ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in