শেহতীয়া খবৰ
স্মাৰ্ট ফোন টিপি পাৰ কৰা সময়ৰ পৰা ১০ মিনিট উলিয়াই পৰিয়ালৰ সৈতে কটাই চোৱাঃ ‘পৰীক্ষা পে চৰ্চা’ত শিক্ষাৰ্থীক পৰামৰ্শ প্ৰধানমন্ত্ৰী মোডীৰ...  •  ‘কা’, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে দিল্লীত কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিবাদ...  •  অপ্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিৰ্বাচিত জে পি নড্ডা...  •  মঙলদৈৰ দুকুৰি দৰিদ্ৰ পৰিয়ালক গৰম কাপোৰ উপহাৰ দি ভোগালীৰ ওলগ 'খাটি দৰঙীয়া ঝিয়া-লিকিৰা’ৰ  •  গোৱালপাৰাত ক’লা পতাকা প্ৰদৰ্শন মন্ত্ৰী অতুল বৰাক, VIDEO  •  সোমবাৰৰ পৰা খৈৰাবাৰীত আৰম্ভ ৫৯সংখ্যক বড়ো সাহিত্য সভা, উখল মাখল দাউহাৰু পথাৰ  •  এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰাক লৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ...  •  ধুবুৰীত ATMৰ পৰা চোৰে লুটি নিলে ৪২ লাখ ৪৭ হাজাৰ টকা...  •  নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'কা’ বিৰোধী প্ৰতিবাদ...  •  আমাৰ ওচৰত সংখ্যাগৰিষ্ঠতা থকা বাবেই আমি ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰোঃ 'কা’ক লৈ প্ৰতিক্ৰিয়া বিজেপি নেতা চি কে বসুৰ

কানপুৰত হঠাৎ বাগৰি পৰিল প্ৰধানমন্ত্ৰী মোডী, চাওক VIDEO

490

ডিজিটেল ডেস্কঃ পিছল খালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কানপুৰৰ অটল ঘাটত এক অনুষ্ঠানত অংশ লবলৈ যাওতে পিছল খাই পৰে প্ৰধানমন্ত্ৰীগৰাকী। শনিবাৰে অটল ঘাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় গংগা পৰিষদৰ এক বৈঠকত অংশ লবলৈ যাওতে স্বভাৱ সুলভ ভাৱেই উঠি গৈছিল কেইবাটাও ষ্টেপ।

হঠাৎ পিছল খাই পৰা মোডীয়ে নিজকে চম্ভালি ললেও হামখুৰি খোৱা এই দৃশ্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। কোনোবাই লিখিছে মোডী এই দৰে হঠাৎ পিছল খাই দৃশ্য তেওঁ ৰাজনৈতিক জীৱনৰ ভৱিষ্যতৰ ইংগিত। অৱশ্যে একাংশ সমৰ্থকে মোডী এই হামখুৰি খোৱা ঘটনাত উদ্বেগ ব্যক্ত কৰাৰ লগতে তেওঁৰ অধিক সচেতন হৈ চলা-ফুৰা কৰা পৰামৰ্শ প্ৰদান কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি