শেহতীয়া খবৰ
কোভিড ভেকচিনৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্মী,বৃদ্ধ লোকক অগ্ৰাধিকাৰ দিয়া হ'ব - নৰেন্দ্ৰ মোডী  •  কোকৰাঝাৰত আৰম্ভ নিৰ্বাচনী হিংসা, বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড...  •  মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা, ৬ খন আসনৰ ১খনত জয়লাভ...  •  নেহা আছিল ধেমালি, আদিত্য নাৰায়ণৰ সেন্দুৰ শ্বেতাৰ শিৰতহে উজলিল...  •  নেহা আছিল ধেমালি, আদিত্য নাৰায়ণৰ সেন্দুৰ শ্বেতাৰ শিৰতহে উজলিল...  •  ৫ ডিচেম্বৰত অন্ত পৰিব বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ, ৭ ডিচেম্বৰত ২১ টা সমষ্টিত ভোটগ্ৰহন...  •  সিংঘু সীমাত কৃষকৰ বৈঠক, চৰকাৰৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ৰণনীতি প্ৰস্তুত...  •  কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ...  •  চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা...  •  মডেৰ্নাৰ কোৰোনা ভেকচিনে ৩ মাহ পৰ্যন্ত শৰীৰত এণ্টিবডি বোৰ ৰখাত সহায় কৰে...

৩৪বছৰৰ মুৰত দেশত নতুন শিক্ষানীতিঃ কেন্দ্ৰীয় কেবিনেটে দিলে মঞ্জুৰী…

835

ডিজিটেল ডেস্কঃ প্ৰায় ৩৪বছৰৰ মুৰত দেশত প্ৰযোজ্য কৰা হল নতুন শিক্ষানীতি। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃ্ত্বত অনুষ্ঠিত হোৱা বৈঠকত নতুন শিক্ষানীতিক মঞ্জুৰী প্ৰদান কৰা হয়। বৃহস্পতিবাৰেই এই সন্দৰ্ভত ঘোষণা কৰিব কেন্দ্ৰই। উল্লেখ্য যে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বৰ্ষৰ বাজেটত এই নতুন শিক্ষানীতিৰ কথা ঘোষণা কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি