শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

ৰাজনৈতিক বংশবাদ লোকতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শত্ৰুঃ প্ৰধানমন্ত্ৰী মোডী…

261

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে কয় যে, ৰাজনৈতিক বংশবাদক লোকতন্ত্ৰৰ সকলোতকৈ ডাঙৰ শত্ৰু আৰু পুলিয়ে পোখাই উভালি পেলোৱা উচিত যাতে যুৱ প্ৰজন্মই সক্ৰিয়ভাৱে ৰাজনীতিত অংশ ল’ব পাৰে।

মঙলবাৰে এক ভিডিও’ কনফাৰেন্সযোগে ৰাষ্ট্ৰীয় যুৱ সাংসদ মহোৎসৱৰ সমাপন অনুষ্ঠান সম্বোধন কৰি তেওঁ কয় যে, দেশক নতুন উচ্চতালৈ লৈ যোৱা আৰু আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ দায়িত্ব দেশৰ যুৱ প্ৰজন্মৰ হাতত। প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে লোকতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শত্ৰু ৰাজনৈতিক বংশবাদ বুলি উল্লেখ কৰি এতিয়া কেৱল উপাধি এটাক লৈ নিৰ্বাচন খেলা আৰু নিৰ্বাচনত জয় লাভ কৰা আৰু সহজ হৈ নাথাকিব বুলিও মন্তব্য কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি