কোৰোনাৰ পিছত প্ৰথমটো বিদেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

কোৰোনাৰ পিছত প্ৰথমটো বিদেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…
  • বাংলাদেশত দুদিনীয়া ভ্ৰমন সূচীৰে উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।
  • ঢাকাৰ হজৰত শ্বাহজালাল আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী ।
  • বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আদৰনি জনাই মোডীক ।
  • মো়ডীৰ এই ভ্ৰমনৰ সময়ত দুয়ো খন দেশৰ মাজত বহু কেইখন চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাবনা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in