শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

মুক্তি পালে প্ৰধানমন্ত্ৰীৰ জীৱনভিত্তিক ছবি ‘পি এম নৰেন্দ্ৰ মোডী’ৰ ট্ৰেইলাৰ…

513

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন-২০১৯ৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনভিত্তিক ছবিখন মুক্তি পাব। প্ৰথমে ছবিখনৰ মুক্তিৰ তাৰিখ ১২ এপ্ৰিল নিৰ্ধাৰণ কৰা হৈছিল যদিও, ১১ এপ্ৰিলৰ পৰা লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৫ এপ্ৰিলত ছবিখনৰ মুক্তিৰ দিন ধাৰ্য কৰা হয়।

 

ইফালে, বুধবাৰ অৰ্থাৎ আজি নৰেন্দ্ৰ মোডীৰ জীৱনভিত্তিক ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয়। মুম্বাইত আনুষ্ঠানিকভাৱে এই ছবিখনৰ ট্ৰেইলাৰ মুক্তি পায়। অভিনেতা বিবেক অবৰায়ে অভিনয় কৰা এই ছবিখনৰ নাম ‘পি এম নৰেন্দ্ৰ মোডী’। এই ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাব। ছবিখনৰ নিৰ্মাতা সন্দিপ সিং আৰু অভিনেতা-অভিনেত্ৰীসকল এই ফিল্মখনক লৈ যথেষ্ট আশাবাদী। তেওঁলোকে এই ছবিখন দৰ্শকে আদৰি ল’ব বুলি মন্তব্য কৰিছে।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি