২৪ মে’ত ছবিগৃহত ‘পি এম নৰেন্দ্ৰ মোডী’

২৪ মে’ত ছবিগৃহত ‘পি এম নৰেন্দ্ৰ মোডী’
  • ২৪ মে'ত মুক্তি পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনভিত্তিক ছবি 'পি এম নৰেন্দ্ৰ মোডী'।
  • প্ৰথমে ছবিখনৰ মুক্তিৰ তাৰিখ ১২ এপ্ৰিল নিৰ্ধাৰণ কৰা হৈছিল।
  • তাৰ পিছতে ১১ এপ্ৰিলৰ পৰা লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৫ এপ্ৰিলত ছবিখনৰ মুক্তিৰ দিন ধাৰ্য কৰা হয়।
  • কিন্তু উক্ত তাৰিখতো মুক্তি দিব পৰা নগ'ল ছবিখন।
  • ২০ মাৰ্চত মুক্তি দিয়া হয় ছবিখনৰ ট্ৰেইলাৰ।
  • ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাব।
  • ছবিখনৰ নিৰ্মাতা সন্দিপ সিং আৰু অভিনেতা-অভিনেত্ৰীসকলে ছবিখনক লৈ যথেষ্ট আশাবাদী।
  • এই ছবিখন দৰ্শকে আদৰি ল'ব বুলি মন্তব্য কৰিছে নিৰ্মাণৰে জৰিত লোকসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in