শেহতীয়া খবৰ
কোভিড ১৯ প্ৰট'কল মানি মানকাচৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান...  •  মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...

দেশৰ সেৱা কৰিবলৈ পাই গৌৰৱান্বিতঃ শপতগ্ৰহণৰ পাছত মোডী প্ৰথমটো টুইট…

188

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সন্ধিয়া দেশৰ নতুন প্ৰধানমন্ত্ৰীৰূপে পুনৰ শপতগ্ৰহণ কৰাৰ পাছত মোডীয়ে টুইটাৰযোগে সকলো মন্ত্ৰীকে শুভেচ্ছা জ্ঞাপন কৰে।

টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয় ‘দেশৰ বিকাশৰ বাবে সকলো একলগ হৈ কাম কৰিম। এই টীমত অতি সুন্দৰকৈ নিজৰ কাম সম্পাদন কৰা সাংসদসকল আছে। নতুন দলত যুৱ শক্তিৰ লগতে প্ৰশাসনিক অভিজ্ঞতা থকা ব্যক্তিয়ো আছে। ভাৰতৰ সেৱা কৰিবলৈ পাই গৌৰৱান্বিত’।

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া ৭ বাজি ২ মিনিটৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত মোডীৰ সৈতে মুঠ ৫৮ জনে শপত গ্ৰহণ কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি