শেহতীয়া খবৰ
কামৰূপ (মঃ)ত লকডাউনৰ শিথিলতা সন্দৰ্ভত দেওবাৰে জনাব সবিশেষ, টুইটাৰযোগে ঘোষণা মুখ্য সচিবৰ...  •  জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী...  •  ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু...  •  মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক  •  চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO  •  আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন  •  সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO  •  শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ... VIDEO  •  দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯...  •  বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

ওবামা, ডনাল্ড ট্ৰাম্পক চেৰ পেলাই শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

9,246

ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াৰ অন্য প্লেটফৰ্মৰ দৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এইবাৰ জিলিকি উঠিছে ইষ্টাগ্ৰামতো। শেহতীয়াকৈ মোডীৰ ইষ্টাগ্ৰামৰ ফলৱাৰ্ছৰ সংখ্যা হৈছেগৈ ৩ কোটি অথাৎ ৩০ মিলিয়ন। এই বৰ্দ্ধিত ফলৱাৰ্ছৰ সৈতে ইষ্টাগ্ৰামত মোডী হৈ পৰিছে বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা। ইষ্টাগ্ৰামৰ এই দৌৰত মোডীয়ে চেৰ পেলাইছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ওবামাৰ লগতে বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক।

উল্লেখ্য যে, ইষ্টাগ্ৰামত দ্বিতীয় স্থানত আছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি। তেওঁৰ ইষ্টাগ্ৰামৰ ফলৱাৰ্ছৰ সংখ্যা হৈছে ২৫.৬ মিলিয়ন অথাৎ ২.৫৬ কোটি। তৃতীয় স্থানত আছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামা। ইষ্টাগ্ৰামত তেওঁৰ ফলৱাৰ্ছৰ সংখ্যা হৈছে ২৪.৮ মিলিয়ন অথাৎ ২.৪৮ কোটি। ইফালে আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ইষ্টাগ্ৰামত ফলৱাৰ্ছৰ সংখ্যা হৈছে ১৪.৯ মিলিয়ন অথাৎ ১.৪৯ কোটি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি