শেহতীয়া খবৰ
তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক...  •  কোকৰাঝাৰত ৰে'লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত...  •  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত "এজন ছাত্ৰ এজোপা গছপুলি " শীৰ্ষক ব্যতিক্ৰমী অভিযান...  •  পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি...  •  মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..  •  ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়...  •  ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন...  •  দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..  •  বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…  •  ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক....

দৰ্শকৰ মন জয় কৰিব নোৱাৰিলে ‘পি এম নৰেন্দ্ৰ মোডী’য়ে…

638

ডিজিটেল ডেস্কঃ ২৪ মে’ত দেশৰ ছবিঘৰত মুক্তি পোৱা ছবি ‘পি এম নৰেন্দ্ৰ মোডী’য়ে আশাকৰা ধৰণে দৰ্শকৰ মন জয় কৰিব নোৱাৰিলে। মুক্তিৰ ৯ দিনৰ পাছত ছবিখনে উপাৰ্জন কৰিছে মুঠ ১৯ কোটি টকা। অতি লেমেহীয়া গতিৰে উপাৰ্জন কৰা ছবিখন তৃতীয় সপ্তাহৰ শেষৰফালে ২৫ কোটি টকা উপাৰ্জন কৰিব বুলি ধাৰণা কৰিছে ছবি সমালোচক সকলে। ৮ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা এই ছবিখন দেশৰ ১২০০ খন স্কীণত মুক্তি দিয়া হৈছিল। ছবিখনত মুখ্য চৰিত্ৰত বিবেক অৱৰয়ে অভিনয় কৰাৰ লগতে পৰিচালনা কৰিছে ওমঙ্গ কুমাৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি