শেহতীয়া খবৰ
চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ...  •  যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা...  •  কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত...  •  ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ...  •  দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ...  •  লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ...  •  লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ...

আহি আছে দ্বিতীয়বাৰলৈ, এতিয়া কোনেও দিব নোৱাৰে বাধাঃ ‘পি এম নৰেন্দ্ৰ মোডী’ৰ নতুন পোষ্টাৰ…

718

ডিজিটেল ডেস্কঃ সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছতে সোমবাৰে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ ওপৰত নিৰ্মিত ছবি পি এম নৰেন্দ্ৰ মোডীৰ আন এখন পোষ্টাৰ। নাগপুৰৰ গাডকাৰীৰ বাসগৃহত ছবি খনৰ কলা-কুশলীৰ উপস্থিতিত পোষ্টাৰ খন মুকলি কৰা হয়।

পূৰ্বৰ পোষ্টাৰ সমূহতকৈ সম্পূৰ্ণ বিপৰীত এইবাৰৰ পোষ্টাৰখন। মুখত শঙ্খলৈ থকা এই পোষ্টাৰ খনৰ টেগ লাইন দিয়া হৈছ- আহি আছে দ্বিতীয়বাৰলৈ, এতিয়া কোনেও বাধা দিব নোৱাৰে।’

উল্লেখ্য যে, ওমঙ্গ কুমাৰৰ দ্বাৰা পৰিচালিত এই ছবিখন যোৱা ৫ এপ্ৰিলত মুক্তি পোৱাৰ কথা আছিল যদিও নিৰ্বাচনী আয়োগে এই সন্দৰ্ভত নিষেধাজ্ঞা আৰোপ কৰিছিল। খবৰ অনুসৰি লোকসভা নিৰ্বাচনৰ পাছদিনা অথাৎ ২৪ মেত মুক্তি পাব এই ছবিখন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি