অযোধ্যা গোচৰৰ ৰায়দানৰ পাছত দেশবাসীক সম্বোধন কৰিলে প্রধানমন্ত্ৰী মোডীয়ে… LIVE VIDEO

অযোধ্যা গোচৰৰ ৰায়দানৰ পাছত দেশবাসীক সম্বোধন কৰিলে প্রধানমন্ত্ৰী মোডীয়ে… LIVE VIDEO
  • উচ্চতম ন্যায়ালয়ৰ অযোধ্যা গোচৰৰ ৰায়দান প্ৰদান।
  • উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছতেই দেশবাসীক সম্বোধন কৰিলে প্রধানমন্ত্ৰী মোডীয়ে।
  • দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়-
  • 'দেশবাসীয়ে সদায় বিচাৰিছিল এই গোচৰৰ ৰায়দান লাভ কৰক।'
  • 'আৰু আজি অযোধ্যা গোচৰৰ ৰায়দান প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে।'
  • 'দশক ধৰি চলি অহা এই গোচৰ অৱশেষত অন্ত পৰিল।'
https://www.facebook.com/narendramodi/videos/521613265326405/

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in