শেহতীয়া খবৰ
সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে... চাওঁক VIDEO  •  দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ  •  মৃত্যু নহয়! বন বিভাগে হত্যা কৰিলে কৃষ্ণক...

অযোধ্যা গোচৰৰ ৰায়দানৰ পাছত দেশবাসীক সম্বোধন কৰিলে প্রধানমন্ত্ৰী মোডীয়ে… LIVE VIDEO

467
  • উচ্চতম ন্যায়ালয়ৰ অযোধ্যা গোচৰৰ ৰায়দান প্ৰদান।
  • উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছতেই দেশবাসীক সম্বোধন কৰিলে প্রধানমন্ত্ৰী মোডীয়ে।
  • দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়-
  • ‘দেশবাসীয়ে সদায় বিচাৰিছিল এই গোচৰৰ ৰায়দান লাভ কৰক।’
  • ‘আৰু আজি অযোধ্যা গোচৰৰ ৰায়দান প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে।’
  • ‘দশক ধৰি চলি অহা এই গোচৰ অৱশেষত অন্ত পৰিল।’
Ayodhya Verdict.

Ayodhya Verdict.

Narendra Modi ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಶನಿವಾರ, ನವೆಂಬರ್ 9, 2019
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি